- Home
- About
About Rupananda Nath
জ্যোতিষাচাৰ্য ৰূপানন্দ নাথ অসমৰ নগাঁও জিলাৰ ৰহা, দীঘলদৰি কাকতি গাঁৱত জন্ম, বৰ্তমান ৰহাৰ নিবাসী । ১৯৭৭ চনৰ ৩০ মে’ তাৰিখে তেওঁৰ জন্ম হয়। তেওঁ এজন আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এষ্ট্ৰলজাৰ, বাস্তুবিদ আৰু লাল কিতাপ বিশেষজ্ঞ, চিকি
চিকিৎসা বিজ্ঞানৰ শিক্ষা লাভ কৰাৰ পিছত তেওঁ বৰ্তমান চকু চিকিৎসাৰ লগত জড়িত। ২০০৪ চনৰ পৰা বিনামূলীয়া চকুত ছানি পৰা ৰোগ চিনাক্তৰণ আৰু অপাৰেচন ব্যৱস্থাৰ লগত জড়িত।
তেওঁ Vadic Astro Gurukul-ৰ পৰা Scientific Vastu Shastra অধ্যয়ন কৰাৰ লগতে Astro Galaxy-ৰ পৰা Numerologist আৰু Anko Ka Khel-ৰ পৰা Medical Astrology আৰু Lal Kitab বিশেষজ্ঞ হিচাপে স্বীকৃতিপ্ৰাপ্ত। ইয়াৰ উপৰিও Future University-ৰ পৰা Lal Kitab Remedies Expart মা ভুবনেশ্বৰী ঈশ্বৰীয় বিদ্যালয়ৰ (ইন্দোৰ) পৰা Asia Top 10 Astro Award Achiever ।
Astro talk Insta Astro আৰু Astro Guru Appৰ বৰ্তমানৰ Consultant
দীৰ্ঘ অভিজ্ঞতা আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰে তেওঁ হাজাৰ হাজাৰ লোকক জ্যোতিষ, বাস্তু আৰু সংখ্যা বিজ্ঞানৰ জৰিয়তে পৰামৰ্শ আগবঢ়াই আহিছে।
তেওঁৰ উল্লেখযোগ্য সন্মানসমূহৰ ভিতৰত আছে—
- বৰ্ষশ্ৰেষ্ঠ স্বাস্থ্য কৰ্মী বঁটা (২০২২)
- জ্যোতিষ ভাস্কৰ সন্মান (২০২৩)
- বৰ্ষশ্ৰেষ্ঠ বাস্তুবিদ বঁটা (২০২৪)
- Jyotish Golden Acharya Award (শ্ৰীলংকা, ২০২৪)
- Asia Top 10 Astro Award Achiever
বৰ্তমান তেওঁ Astro Vastu Bigyan-ৰ প্ৰতিষ্ঠাতা হিচাপে অনলাইন আৰু অফলাইন মাধ্যমত জ্যোতিষ, বাস্তু, সংখ্যা বিজ্ঞান আৰু লাল কিতাবৰ শিক্ষা প্ৰদান কৰাৰ লগতে সমাজৰ কল্যাণৰ বাবে নিৰন্তৰ কাম কৰি আহিছে।